Covid-19Educationঅসম

প্ৰায় ডেৰ বছৰৰ অন্তত খুলিল বিদ্যালয়সমুহ

 চাফ- চিকুণতাৰে আৰু সম্পুৰ্ণ ক’ভিড প্ৰট’কল মানি পাঠদানৰ বাবে সাজু বিদ্যালয়সমুহ

আজিৰে পৰা খুলিল বিদ্যালয়সমুহ। প্ৰায় ডেৰ বছৰৰ অন্তত বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰীসকল। প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ আজিৰে পৰা আৰম্ভ হ’ল পাঠদান।

চাফ- চিকুণতাৰে আৰু সম্পুৰ্ণ ক’ভিড প্ৰট’কল মানি পাঠদানৰ বাবে সাজু বিদ্যালয়সমুহ। বাধ্যতামুলক কৰি দিয়া হৈছে মাস্ক, ছেনিটাইজাৰৰ ব্যবহাৰ।

উল্লেখ্য যে, ইতিমধ্যে আৰম্ভ হৈছিল নৱমৰ পৰা ওপৰৰ শ্ৰেণীসমুহৰ পাঠদান।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.