অপৰাধঅসমসংস্কৃতি

অসমীয়া  ভাষাক তীব্ৰ অপমান কৰা ২ বঙালী সংগঠনৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ

বঙালী সংগঠন দুটাৰ বিৰুদ্ধে ৰুজু কৰিছে ২টাকৈ গোচৰ

শিলচৰত অসমীয়া  ভাষাত লিখা পোষ্টাৰত ক’লা ৰং সনা কৰ্যই সমগ্ৰ ৰাজ্যতে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

অসমীয়া  ভাষাক অপমান কৰাক লৈ এতিয়া ২ বঙালী সংগঠনৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ। কাছাৰ জিলা প্ৰশাসনে বঙালী সংগঠন দুটাৰ বিৰুদ্ধে ৰুজু কৰিছে ২টাকৈ গোচৰ। ঘটনাক লৈ তদন্তত নামি পৰিছে কাছাৰ জিলা প্ৰশাসন।

তাৰ লগতে দিছপুৰ থানাতো একাধিক সংগঠনে ৰুজু কৰিছে গোছৰ। খিলঞ্জীয়া অধিকাৰ মৰ্চা, সদৌ অসম সংখ্যাগুৰু ছাত্ৰ সন্থাৰ লগতে দ্উৰী পিপুল জাষ্টিছ ফ’ৰামেও ৰুজু কৰিলে গোছৰ.

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 − 10 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.