leatest updateআন্তঃৰাষ্ট্ৰীয়মনোৰঞ্জন
Trending

৮০ বছৰীয়া হ’ল ড’নাল্ড ট্ৰাম্প: ছবিৰ মাধ্যমেৰে ট্ৰাম্পৰ জীৱন কাহিনী (Donald Trump his life in pictures).

৮০ বছৰীয়া হ'ল ড’নাল্ড ট্ৰাম্প: ছবিৰ মাধ্যমেৰে ট্ৰাম্পৰ জীৱন কাহিনী (Donald Trump his life in pictures).

৮০ বছৰীয়া হ’ল আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। ট্ৰাম্পৰ জীৱনক ছবিৰ মাধ্যমেৰে সংক্ষিপ্তভাৱে উপস্থাপন (Donald Trump his life in pictures).

ড’নাল্ড জন ট্ৰাম্প (Donald John Trump)ৰ জন্ম হৈছিল ১৯৪৬ চনৰ ১৪ জুন তাৰিখে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নিউয়ৰ্ক চহৰৰ কুইন্স নামৰ ঠাইত। তেওঁ ঘৰৰ পাঁচজন সন্তানৰ ভিতৰত চতুৰ্থজন আছিল।

তেওঁৰ পিতৃ ফ্ৰেড ট্ৰাম্প (Fred Trump) আছিল এজন ব্যৱসায়ী।

ড’নাল্ড ট্ৰাম্পৰ (বাওঁফালে) দুগৰাকী ভাতৃ জুনিয়ৰ আৰু ৰবাৰ্ট, আৰু দুগৰাকী ভগ্নী ৰিয়ান আৰু এলিজাবেথ আছিল।

নিউয়ৰ্ক মিলিটাৰী একাডেমীৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা সময়ত পিতৃ ফ্ৰেড ((Fred) আৰু মাতৃৰ মেৰীৰ (Merry)ৰ সৈতে ট্ৰাম্প।

পিতৃৰ ব্যৱসায়িক প্ৰতিষ্ঠানত ড’নাল্ড ট্ৰাম্প।

১৯৭৭ চনত প্ৰথমবাৰৰ বাবে বিবাহপাশত আৱদ্ধ হয় ট্ৰাম্প। প্ৰথমা পত্নী ইভানা ট্ৰাম্পৰ সৈতে ড’নাল্ড ট্ৰাম্প।

১৯৯৩ চনত মাৰ্লা মেপলছৰ সৈতে দ্বিতীয়বাৰ বিবাহপাশত আৱদ্ধ হয় ট্ৰাম্প। মাৰ্লা মেপলছ আৰু ড’নাল্ড ট্ৰাম্পৰ বিবাহৰ আলোকচিত্ৰ।

২০০৫ চনত তেওঁ মেলানিয়া ট্ৰাম্পক বিয়া কৰায়। নিজা ঘৰত মেলানিয়া আৰু ট্ৰাম্প।

পৰিয়ালৰ সৈতে ড’নাল্ড ট্ৰাম্প

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.