Covid-19

আপোনাৰ শিশুটি ক’ভিড-১৯ত আক্ৰান্ত হ’লে কি কৰিব আপুনি?

ক’ভিডৰ তৃতীয় ঢৌৰ কৱলত ভাৰত। বিগত এমাহত দেশত ক’ভিডত আক্ৰান্ত হৈছে কেইবালাখ লোক। অসমতো ক’ভিডৰ ভয়াৱহ ৰূপ। দৈনিক আক্ৰান্ত হৈছে…

অধিক পঢ়ক »

ক’ভিডত আক্ৰান্ত মেঘালয়ৰ মুখ্যমন্ত্ৰী, এদিন পূৰ্বে অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত বহিছিল কনৰাড চাংমা

ক’ভিডত আক্ৰান্ত মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা । টুইটযোগে এই কথা সদৰী কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। I have tested positive for COVID-19. I…

অধিক পঢ়ক »

ক’ভিডত আক্ৰান্ত চিকিৎসাকৰ্মী, দিছপুৰত ১১ গৰাকী চিকিৎসাকৰ্মীৰ দেহত ক’ভিডৰ সংক্ৰমণ…

মহানগৰীত ক’ভিডৰ ভয়াৱহ সংক্ৰমণ। দৈনিক শতাধিক লোক ক’ভিডত আক্ৰান্ত হোৱাৰ সময়তে দিছপুৰ ৰাজধানী ৰাজ্যিক চিকিৎসালয়তো ক’ভিডৰ সংক্ৰমণ। বুধবাৰে, চিকিৎসালয় খনত…

অধিক পঢ়ক »

কোভিডৰ নতুন SOP; এতিয়াৰে পৰা ৫ দিনৰ ভিতৰত মুকলি কৰা হ’ব কোভিড ৰোগীক

অসম চৰকাৰে মঙলবাৰে চিকিৎসালয়ত ভৰ্তি হোৱা বা হোম আইচ’লেছনত থকা কভিড পজিটিভ ৰোগীসকলৰ বাবে এক পৰিৱৰ্তিত নিৰ্দেশনা মুকলি কৰিছে। নতুন SOP মতে,…

অধিক পঢ়ক »

আজি হাফলঙত অনুষ্ঠিত হ’ব ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক, বৈঠকৰ পূৰ্বে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ গুৰুত্বপূৰ্ণ মন্তব্য…

আজি হাফলঙত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। বৈঠকৰ পূৰ্বে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ গুৰুত্বপূৰ্ণ মন্তব্য। ক’ভিড-১৯, প্ৰতিৰোধ, চিকিৎসাৰ বাবে নতুন নিৰ্দেশনা। ক’ভিড…

অধিক পঢ়ক »

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এখন ব্যতিক্ৰমী বিবাহ! প্ৰযুক্তিৰ সম্পুৰ্ণ ব্যৱহাৰ হৈছে বিবাহখনত

পশ্চিম বংগৰ এখন ব্যতিক্ৰমী বিবাহ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ক’ভিড নিয়ম অমান্য নকৰাকৈয়ে ৪৫০গৰাকী অতিথিক আতিথ্য কৰিবলৈ সাজু হৈছে…

অধিক পঢ়ক »

ভাৰততে উপলব্ধ এই ফুল, যি ফুলৰ পাহিত আছে ক’ৰোনা ভাইৰাছ নাশকাৰী গুণ

ক’ভিডৰ ভয়াৱহ সংক্ৰমণে ত্ৰাসৰ সৃষ্টি কৰিছে সমগ্ৰ দেশত। দৈনিক লাখৰ ঘৰত সংক্ৰমিত হৈছে ক’ৰোনা। বৰ্তমান দেশৰ অধিকাংশ লোকেই ক’ভিডৰ ভেকচিন…

অধিক পঢ়ক »

দেশত ভয়ংকৰ ৰূপ লৈছে ক’ভিডে, এদিনতে ক’ভিডত আক্ৰান্তৰ সংখ্যা হ’লগৈ ২,৩৮,০১৮জন

দেশত দৈনিক বৃদ্ধি পাইছে ক’ভিডত আক্ৰান্তৰ সংখ্যা। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মঙলবাৰৰ তথ্য অনুসৰি দেশত এদিনতে ক’ভিডত আক্ৰান্ত হৈছে ২,৩৮,০১৮জন লোক।…

অধিক পঢ়ক »

ৰাজ্যত ভয়াৱহভাৱে বৃদ্ধি ক’ভিডৰ সংক্ৰমণ, এদিনতে আক্ৰান্ত ৬ হাজাৰৰ অধিক লোক

⚫ৰাজ্যত ভয়াৱহভাৱে বৃদ্ধি ক’ভিডৰ সংক্ৰমণ ⚫সোমবাৰে ৰাজ্যত ক’ভিডত আক্ৰান্ত ৬৯৮২ জন ⚫কামৰূপ (ম)ত সৰ্বাধিক আক্ৰান্ত ১৪৯১ জন Summary of 17/01/2022…

অধিক পঢ়ক »

ক’ভিডত আক্ৰান্ত হোৱা বিধায়ক অখিল গগৈৰ স্বাস্থ্যৰ অৱনতি

স্বাস্থ্যৰ অৱনতি ঘটিছে বিধায়ক অখিল গগৈৰ। দুদিন পূৰ্বে ক’ভিডত আক্ৰান্ত হৈ হোম কোৱাৰেণ্টাইন হৈ আছিল অখিল গগৈ। কিন্তু স্বাস্থ্যৰ কিছু…

অধিক পঢ়ক »
Back to top button