অসমবতৰ

আজি নিশাৰে পৰা ৰাজ্যত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা

আজি নিশাৰে পৰা ৰাজ্যত ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা

আজি নিশাৰে পৰা ৰাজ্যত ধাৰাষাৰ বৰষুণৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই৷

  অসম, নাগালেণ্ড আৰু মেঘালয়ত বতৰ সেমেকা হৈ থকাৰ সমান্তৰালকৈ বৰষুণ ঢেৰেকনিৰে বজ্ৰপাত হোৱাৰ সম্ভাৱনা৷ বংগোপসাগৰত সৃষ্টি হোৱা নিম্নচাপৰ বাবেই অসম সহ উত্তৰ-পূৰ্বাঞ্চলত অহা একসপ্তাহে বতৰ ডাৱৰীয়া হৈ থাকিব বুলি জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 + 20 =

Back to top button