গুজৰাট

গুজৰাটত অঘটন, ৰাসায়নিক কাৰখানাত বিস্ফোৰণ হৈ ৬জন শ্ৰমিকৰ মৃত্যু…

সোমবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত সংঘটিত এই বিস্ফোৰণ

গুজৰাটৰ ভাৰুছ জিলাত অঘটন। ৰাসায়নিক কাৰখানাত বিস্ফোৰণ হৈ অগ্নিৰ সূত্ৰপাত। আহমেদাবাদৰ পৰা ২৩৫ কিমি দূৰত্বত থকা দহেজ উদ্যোগিক অঞ্চলত থকা এটা ৰাসায়নিক কাৰখানাত সোমবাৰে পুৱতি নিশা প্ৰায় ৩ বজাত সংঘটিত এই ঘটনা। হঠাৎ বিস্ফোৰিত হয় কাৰখানাটোৰ ৰিয়েক্টৰ। ৰিয়েক্টৰৰ বিস্ফোৰণৰ ফলতেই অগ্নিৰ সূত্ৰপাত হয় কাৰখানাটোত।

https://twitter.com/ChaudharyParvez/status/1513374562289065987

এই বিস্ফোৰণৰ ফলত ৰিয়েক্টৰৰ কাষত কৰ্মৰত ৬জন শ্ৰমিকে মৃত্যুক সাবটি লয়। পৰৱৰ্তী সময়ত মৃতদেহকেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 − six =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.