অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰত

পুত্ৰ বোৱাৰীৰ নিৰ্যাতনৰ বলি হ’ল এহাল অসহায় পিতৃ মাতৃ, ধন দিব নোৱাৰাৰ বাবেই উলিয়াই দিলে ঘৰৰ পৰা

পুত্ৰ বোৱাৰীযে একাংশ লোকৰ সহযোগত বৃদ্ধজনক প্ৰহাৰ কৰি ঘৰৰ পৰা উলিয়াই দিয়াৰ অভিযোগ...

গুৱাহাটীত মহানগৰীত হৃদয়বিদাৰক ঘটনা

পিতৃ-মাতৃক অকথ্য নিৰ্যাতন পুত্ৰ-বোৱাৰীৰ

ধন দিব নোৱাৰাৰ বাবেই উলিয়াই দিলে ঘৰৰ পৰা

পুত্ৰ ৰামু শৰ্মা, বোৱাৰী ৰূপা শৰ্মাৰ বিৰুদ্ধে অভিযোগ

কাহিলীপাৰা পাহাৰতলীত সংঘটিত এই ঘটনা

ঘটনাক লৈ সচেতন মহলৰ মাজত সৃষ্টি তীব্ৰ চাঞ্চল্যৰ

যোৱা ৬ জুলাইত পুত্ৰ বোৱাৰীযে একাংশ লোকৰ সহযোগত বৃদ্ধজনক প্ৰহাৰ কৰি ঘৰৰ পৰা উলিয়াই দিয়ে। উপায়হীনহৈ বৃদ্ধ জনে মালিগাঁওৰ জ্যেষ্ঠ জীয়ৰীৰ ঘৰত আশ্ৰয় লয়। তাতো জীয়ৰীয়ে ঘৰ মাটি আৰু ধন বিচাৰি নিৰ্যাতন চলায়। শুকুৰবাৰে জীয়ৰীয়ে পিতৃক প্ৰহাৰ কৰি ঘৰৰ পৰা উলিয়াই দিয়ে। মানৱদৰদী ৰাতুল ডেকাই বৃদ্ধগৰাকীক চমজাই দিয়ে গীতানগৰ আৰক্ষীক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

8 − seven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.