অসমআন্তঃৰাষ্ট্ৰীয়দৈনিক বাতৰি

আকাশৰ পৰা খহি পৰিল শিল! ধেমাজিৰ চিমেনচাপৰিত এটুকুৰা শিলক লৈ ৰাইজৰ মাজত কৌতুহল…

আকাশৰ পৰা খহি পৰিল শিল! ধেমাজিৰ চিমেনচাপৰিত এটুকুৰা শিলক লৈ ৰাইজৰ মাজত কৌতুহল...

ধেমাজিৰ চিমেনচাপৰিত এটুকুৰা শিলক লৈ ৰাইজৰ মাজত কৌতুহল। প্ৰায় ৫ কিলোগ্ৰাম ওজনৰ শিলাখণ্ডটোক লৈ এতিয়া চিমেন চাপৰিত চলিছে গুণাগঁথা। আকাশৰ পৰা খহি পৰা বুলি হুৱাদুৱা লাগে সমগ্ৰ অঞ্চলত।

চিমেন চাপৰিৰ উদয়পুৰ নাথগাঁৱৰ বিপুল নাথ নামৰ লোকজনৰ ঘৰৰ পিছফালৰ এজোপা গছৰ তলত প্ৰত্যক্ষ কৰিছিল শিলটো। ইয়াৰ পাছতেই বাতৰিৰ শিৰোনাম দখল কৰিছিল শিলটোৱে। কিন্তু অৱশেষত গাঁওপ্ৰধান কৰুণ সোণোৱালে ঘটনাটো সম্পূৰ্ণৰূপে মিছা বুলি অৱগত কৰিছে আৰক্ষীক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.