অসমঅসম আৰক্ষীগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰতৰাজনৈতিক

জোনাইত শতাধিক গো পালকৰ বৃহৎ প্ৰতিবাদ, হাজাৰ হাজাৰ গৰু, ম’হ লৈ গো পালকৰ প্ৰতিবাদ

জোনাইত শতাধিক গো পালকৰ বৃহৎ প্ৰতিবাদ।

হাজাৰ হাজাৰ গৰু, ম’হ লৈ গো পালকৰ প্ৰতিবাদ।

শান্তি শৃংখলা বজাই ৰাখিবলৈ জাৰি ১৪৪ ধাৰা।

মুনমনী চৰণীয়া পথাৰত মোতায়েন শ শ আৰক্ষী।

আজি মহকুমাধিপতিক চমজাই দিব গৰু, ম’হ।

মাজিয়ালি মুনমুনী চৰণীয়া পথাৰত হোৱা বেদখল মুক্ত কৰাৰ বাবে দীৰ্ঘদিনৰ পৰা জোনাই প্ৰশাসনক দাবী জনাই আহিছিল গো পালকসকলে। কিন্তু প্ৰশাসনে কোনো গুৰুত্ব প্ৰদান নকৰাত উপায়বিহীন গো পালকে হাজাৰ হাজাৰ গৰু, ম’হ লৈ আহি সাব্যস্ত কৰিছে প্ৰতিবাদ। বিগত তিনিদিনৰ পৰা খোজকাঢ়ি আহি মহকুমাধিপতি কাৰ্যালয়লৈ আগবাঢ়িছে প্ৰতিবাদকাৰীৰ দলটো। এনে পৰিস্থিতিত জোনাই মহকুমাৰ শান্তি শৃংখলা বিঘ্নিত নহ’বলৈ জোনাই মহকুমা প্ৰশাসনে জাৰি কৰিছে ১৪৪ ধাৰা।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 + 12 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.