leatest updateঅপৰাধঅসমঅসম আৰক্ষীগুৱাহাটী

হাতীগাঁৱৰ হত্যাকাণ্ডৰে জড়িত ৪জনক গ্ৰেপ্তাৰ মহানগৰ আৰক্ষীৰ।

সম্পত্তিৰ বাবেই হত্যা কৰা হৈছিল জাভেদ আলীক

প্ৰসংগঃ হাতীগাঁৱৰ ফ্ৰেণ্ডছ পথৰ লোমহৰ্ষক হত্যাকাণ্ড

সম্পত্তিৰ বাবেই হত্যা কৰা হৈছিল জাভেদ আলীক

হত্যাকাণ্ডৰে জড়িত ৪জনক গ্ৰেপ্তাৰ মহানগৰ আৰক্ষীৰ

গ্ৰেপ্তাৰ আইনুল হক, হাছমত মিঞা, মহিবুল খান, নুৰ মহম্মদক

বৰপেটা আৰক্ষীৰ সহযোগত গ্ৰেপ্তাৰ হাতীগাঁও আৰক্ষীৰ

৮ লাখ টকাৰ বিনিময়ত ৪ চুপাৰি কিলাৰে কৰিছিল হত্যা

২৭ জুলাইত মছজিদলৈ যোৱাৰ সময়ত সংঘটিত এই ঘটনা

ৰ’ডেৰে মৰিয়াই মৰিয়াই হত্যা কৰিছিল অৱসৰী অভিযন্তাক

পলাতক মূল অভিযুক্তৰ সন্ধানত অব্যাহত আৰক্ষীৰ অভিযান

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.