Assamleatest update

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সকীয়নি। এতিয়াৰে পৰা কোনো কাৰণতে কামৰ অজুহাত দেখুৱাব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে।

ৰাইজৰ কাম সময়ত নহ’লে কৰ্তন হ’ব দৰমহাৰ ধন।

আপুনি যদি চৰকাৰী কৰ্মচাৰী, তেন্তে আপোনাৰ বাবে আছে এটা বিশেষ খবৰ। কোনো কাৰণতে এতিয়া কামৰ কোনো অজুহাত দেখুৱাব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে। মুখ্যমন্ত্ৰীৰ কঠোৰ নিৰ্দেশ, ৰাইজৰ কাম সময়ত নহ’লে কৰ্তন হ’ব দৰমহাৰ ধন।

এতিয়াৰে পৰা নিৰ্ধাৰিত সময়মতেই কাম সম্পূৰ্ণ কৰিব লাগিব চৰকাৰী কৰ্মচাৰীয়ে। অন্যথা কৰ্তন হ’ব কৰ্মচাৰীৰ দৰমহা। গোপীনাথ বৰদলৈৰ মৃত্যুতিথিত অংশগ্ৰহণ কৰি এই সকীয়নি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত লোক কল্যাণ দিৱসৰ কাৰ্যসূচীত ৭৫গৰাকী অৰাজপত্ৰিত কৰ্মচাৰীলৈ লোককল্যাণ বঁটা প্ৰদান কৰাৰ লগতে ৬গৰাকী বিষয়ালৈ লোকসেৱা বঁটা।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 − 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.