অসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিপ্ৰতিৰক্ষাভাৰতৰাজনৈতিক

কাইলৈ গুৱাহাটীলৈ আহিব উপ-ৰাষ্ট্ৰপতি জগদ্বীপ ধনখড়, মহানগৰীৰ ৰাজপথত বাহন চলাচলৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি

কাইলৈ গুৱাহাটীলৈ আহিব উপ-ৰাষ্ট্ৰপতি জগদ্বীপ ধনখড়।

মা কামাখ্যাৰ আশিস গ্ৰহণ কৰি IIT গুৱাহাটীৰ দুটাকৈ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে।

উপ-ৰাষ্ট্ৰপতিৰ আগমনক লৈ তৎপৰ আৰক্ষী-প্ৰশাসন।

মহানগৰীৰ ৰাজপথত বাহন চলাচলৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি।

২৭, ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা।

কাইলৈ পুৱা ৬ বজাৰ পৰা ৯ বজালৈ বলৱৎ থাকিব নিষেধাজ্ঞা।

মহানগৰীৰ DG, MG আৰু AT ৰোডত সকলো ধৰণৰ বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা জাৰি।

পুৱা ৭.৩০ৰ পৰা ১২.৩০ বজালৈ বাণিজ্যিক বাহনত নিষেধাজ্ঞা।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty + 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.