অসমঅসম আৰক্ষীদৈনিক বাতৰি
কোনো নাম নোহোৱাকৈ GMCHত ভৰ্তি হৈছিল বিমান ৰয়
কোনো নাম নোহোৱাকৈ GMCHত ভৰ্তি হৈছিল বিমান ৰয়
![অৱশেষত জালত পৰিল পলাতক OC বিমান ৰয় অৱশেষত জালত পৰিল পলাতক OC বিমান ৰয়](https://prathamkhabartv.com/wp-content/uploads/2023/07/OC-Biman-Roy-780x470.jpg)
কোনো নাম নোহোৱাকৈ GMCHত ভৰ্তি হৈছিল বিমান ৰয়
অচেতন অৱস্থাত GMCHলৈ অনা হৈছিল বিমানক
পুৱা ৫.৪২ বজাত GMCHত ভৰ্তি বিমানক
শৰীৰত GCS কম আছিল
খাদ্যত বিষক্ৰিয়া হৈছিল বুলি জনাইছিল চিকিৎসকে
বৰ্তমান স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বিমান ৰয়ৰ
প্ৰথমাৱস্থাত চিনাক্ত কৰিব পৰা নাছিল পলাতক বিমানক
পৰিয়ালৰ লোকে চিনাক্ত কৰে OC বিমান ৰয়ক