অসমগুৱাহাটীদৈনিক বাতৰিভাৰত

কালৰূপী বানে সৃষ্টি কৰা এক কৰুণ দৃশ্য, মৃতকক সৎকাৰৰ বাবে শৱদেহ নিয়া হ’ল কলৰ ভূৰত

কালৰূপী বানে সৃষ্টি কৰা এক কৰুণ দৃশ্য।

মৃতকক সৎকাৰৰ বাবে শৱদেহ নিয়া হ’ল কলৰ ভূৰত।

শেষকৃত্যৰ বাবে ওখ ঠাই বিচাৰি হাহাকাৰ বানাক্ৰান্ত ৰাইজৰ।

এই কৰুণ ঘটনা পশ্চিম দৰঙৰ কৰৈবাৰী গাঁৱৰ।

গাঁওখনৰ নিবাসী কুহিৰাম নাথ নামৰ লোকজনৰ মাতৃৰ বিয়োগ হোৱাত মৃতকক সৎকাৰৰ বাবে এইদৰে কলৰ ভূৰত নশ্বৰদেহ তুলি হাহাকাৰ কৰিবলগা হৈছে গাঁওবাসীয়ে।

স্বাভাৱিকতে এই কৰুণ দৃশ্যই মৰ্মাহত কৰি তুলিছে সকলোকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

15 − two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.