AssamnationalSocialশ্ৰেণীবিহীন

G20ৰ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ অসমীয়া জীয়ৰী

বিদেশী ৰাষ্ট্ৰপ্ৰধানক অসমীয়া খাদ্যৰে আপ্যায়ন

G20ৰ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ অসমীয়া জীয়ৰী

অংশগ্ৰহণ টীয়কৰ মায়াশ্ৰী বৰুৱা

বিদেশী ৰাষ্ট্ৰপ্ৰধানক অসমীয়া খাদ্যৰে আপ্যায়ন

সন্মিলনত অংশগ্ৰহণ কৰিবলৈ অহা ৰাষ্ট্ৰ প্ৰধান সকলৰ পত্নী তথা পৰিয়ালৰ সদস্য সকলক অসমীয়াৰ খাদ্য সম্ভাৰ বিশেষকৈ “কণীধান”ৰ পৰা উৎপাদিত খাদ্যৰ গুনাগুণ সন্দৰ্ভত অবগত কৰিব মায়াশ্ৰী বৰুৱাই । টীয়কৰ এটা মধ্যবিত্ত পৰিয়ালৰ পৰা মায়াশ্ৰী বিশ্ব অভিমুখী  এই যাত্ৰাক লৈ গৌৰৱান্বিত জন্ম দাতৃ মাতৃ আৰু টীয়ক বাসী ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen + 17 =

Back to top button