Covid-19

আপুনি বুষ্টাৰ ড’জ ল’লেনে? দ্বিতীয় পালি প্ৰতিষেধক লোৱাৰ ৯মাহ সম্পূৰ্ণ হ’ল যদি সাজু হওঁক…

ক'ভিড ভেকচিনৰ দ্বিতীয় পালি লোৱাৰ ৯ মাহ সম্পূৰ্ণ হোৱাৰ পিছত ব্যক্তিসকলে তৃতীয় পালি প্ৰতিষেধক ল'ব পাৰিব

প্ৰাপ্তবয়স্ক লোকক প্ৰদান কৰা হ’ব ক’ভিড ১৯ৰ বুষ্টাৰ ড’জ। শুকুৰবাৰে, স্বাস্থ্য মন্ত্ৰালয়ে ঘোষণা কৰে ১৮ বছৰৰ উৰ্দ্ধৰ সকলো লোককে বুষ্টাৰ ড’জ দিয়াৰ কথা।

ক’ভিড ভেকচিনৰ দ্বিতীয় পালি লোৱাৰ ৯ মাহ সম্পূৰ্ণ হোৱাৰ পিছত ব্যক্তিসকলে তৃতীয় পালি প্ৰতিষেধক ল’ব পাৰিব। ব্যক্তিগত ভেকচিন প্ৰদান কেন্দ্ৰত ১০ এপ্ৰিল, দেওবাৰৰ পৰা দিয়া হ’ব এই বুষ্টাৰ ড’জ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

11 + 17 =

Back to top button