AssamCMO AssamInternationalleatest updatenationalRegionalSocial

ব’হাগ বিহুৰ পূৰ্বেই অসমবাসীলৈ সুখবৰ…

উত্তৰপূবৰ সামগ্ৰীৰ লগতে অসমৰ ৬ বিধ সামগ্ৰীয়ে লাভ কৰিলে GI Tag। 

ব’হাগ বিহুৰ পূৰ্বে উত্তৰ–পূববাসীলৈ সু-খবৰ। ১২ বিধ সামগ্ৰীয়ে লাভ কৰিলে GI Tag। উত্তৰপূবৰ সামগ্ৰীৰ লগতে অসমৰ ৬ বিধ সামগ্ৰীয়ে লাভ কৰিলে GI Tag।

অসমৰ জাপি শিল্পলৈ প্ৰদান কৰা হ’ল GI Tag। সৰ্থেবাৰী কাঁহ শিল্পলৈও GI Tag প্ৰদানI Tag প্ৰদান পানী মেটেকাৰ পৰা নিৰ্মিত সামগ্ৰীলৈও। ঢোল, মিচিং তাঁত শিল্পলৈ GI Tag প্ৰদান। আশাৰিকান্দি তেৰাকোটা শিল্পলৈও GI Tag। জঠা, গগনা, খাম, ছেৰজা, ছিফুঙেও লাভ কৰিলে GI Tag।

বড়ো কৃষিভিত্তিক সামগ্ৰী খাৰদ্বিলৈও GI Tag প্ৰদান। জিঅ’গ্ৰাফিকেল ইণ্ডিকেশ্যন ৰেজিষ্ট্ৰীয়ে প্ৰদান কৰে GI Tag।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.