অসম

প্ৰসংগঃ ‘নীলমণি ফুকনৰ গোপন চিঠি’,

আদ্যশ্ৰাদ্ধৰ পিছত চিঠিখন খুলিবলৈ আহ্বান কাব্যঋষিৰ পত্নীৰ।

৩১ জানুৱাৰী মঙলবাৰে কাব্যঋষি নীলমণি ফুকনৰ আদ্যশ্ৰাদ্ধ। প্ৰয়াত নীলমণি ফুকনৰ গোপন চিঠি খন তেখেতৰ আদ্যশ্ৰাদ্ধ ৩১ জানুৱাৰীৰ পিছতহে নিত্য বৰাক খুলিবলৈ আহ্বান জনালে কাব্যঋষিৰ পত্নীয়ে। পত্ৰযোগে নিত্য বৰাক আহ্বান পত্নী দুলুমণি ফুকনৰ। নিত্য বৰাৰ হাতত আছে নীলমণি ফুকনৰ গোপন চিঠি। মঙলবাৰে চিঠিখন ৰাজহুৱা কৰাৰ কথা কৈছিল বৰাই। কবিপত্নীৰ আহ্বানলৈ সঁহাৰি নিত্য বৰাৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.