অসমদৈনিক বাতৰি

অশান্ত শিলচৰৰ ৰাজপথত আৰক্ষীৰ ৰোডমাৰ্চ, চহৰখনৰ কেইবাটাও পথত আৰক্ষীৰ ৰোডমাৰ্চ

অশান্ত শিলচৰৰ ৰাজপথত আৰক্ষীৰ ৰোডমাৰ্চ, চহৰখনৰ কেইবাটাও পথত আৰক্ষীৰ ৰোডমাৰ্চ

অশান্ত শিলচৰৰ ৰাজপথত আৰক্ষীৰ ৰোডমাৰ্চ। চহৰখনৰ কেইবাটাও পথত আৰক্ষীৰ ৰোডমাৰ্চ। শান্তি-সম্প্ৰীতি ঘূৰাই অনাৰ প্ৰয়াস প্ৰশাসনৰ। সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা দুৰ্বৃত্তক সকিয়নী।

উল্লেখ্য ঈদৰ দিনটোত শিলচৰ চহৰৰ পঞ্চায়ত ৰোডত কুৰবানি দিয়াক লৈ দুই ফৈদৰ মাজত সৃষ্টি হৈছিল সংঘৰ্ষ। এই ঘটনাৰ পাছত একাংশ দুষ্কৃতিকাৰীয়ে শিলচৰসহ সমগ্ৰ জিলাখনত সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টি কৰিব বিচৰাত উত্তপ্ত হৈ পৰিছে পৰিৱেশ।। জিলাখনলৈ যাতে শান্তি সম্প্ৰীতি ঘূৰি আহে সেই লক্ষ্যৰে কাছাৰ আৰক্ষীয়ে গ্ৰহণ কৰে এই পদক্ষেপ।।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.