অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা বাতিলৰ দাবীত শিঙিমাৰী চ’কত বৃহৎ প্ৰতিবাদ

সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰকাশৰ পিছতে ৰাজ্য জুৰি দেখা গৈছে মিশ্ৰিত প্ৰতিক্ৰিয়াৰ।

ৰাজ্যৰ একাংশ জনতাই খচৰা সমৰ্থন কৰাৰ বিপৰীতে একাংশ জনতাই খচৰা খন মানি লব বিচৰা নাই।

যাৰ বাবে দৈনিক ৰাজ্য বিভিন্ন প্ৰান্তত খচৰা বাতিলৰ দাবীত প্ৰতিবাদ সাৱস্ত কৰিছে বিৰোধী দল সমূহৰ লগতে বিভিন্ন দল সংগঠনে।

অন্য প্ৰান্তৰ সমান্তৰালকৈ জালুকবাৰী সমষ্টিতো অব্যাহত আছে প্ৰতিবাদ।

সোমবাৰে সন্ধিয়াও শিঙিমাৰী, গাওঁ উন্নয়ন সমিতি তথা ৰাইজে নতুন খচৰা বাতিল কৰাৰ দাবীত গুৱাহাটী – হাজো পথৰ শিঙিমাৰী চ’কত প্ৰতিবাদ সাব্যস্ত কৰে প্ৰতিবাদ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three + four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.