Socialঅপৰাধঅসম

মুখ্যমন্ত্ৰীয়ে ক’লে কোনবোৰ স্বামীয়ে পাব জামিন!

''মোৰ ছোৱালী হ'লে মই বিয়া দিম নেকি ১২-১৩ বছৰত?

অব্যাহত থাকিব বাল্য বিবাহৰ বিৰুদ্ধে অসম চৰকাৰৰ অভিযান। বৰ্তমানলৈকে ৰাজ্যত কেইবাহাজাৰ বাল্যবিবাহ (Child Marriage in Assam) কৰোৱা পুৰুষক গ্ৰেপ্তাৰ কৰা হৈছে। ৰাজ্যত এতিয়া চাৰিওদিশে একাংশ পত্নীৰ মাজত হাহাকাৰময় পৰিস্থিতি।

এই প্ৰসংগত মুখ্যমন্ত্ৰীক সোধাত কয় যে লাখ লাখ ছোৱালীক ভৱিষ্যতে বাল্যবিবাহৰ পৰা বচাবলৈ এটা প্ৰজন্মই কষ্ট পাবই লাগিব। তেওঁ কয়- ”মোৰ ছোৱালী হ’লে মই বিয়া দিম নেকি ১২-১৩ বছৰত?

মুখ্যমন্ত্ৰীয়ে কয় যে’কোলাত কেঁচুৱা লৈ কন্দা পত্নীৰ কথা ভাবি কোনো অপৰাধক মান্যতা দিব নোৱাৰি’।’যিসকলে ১৪ বছৰৰ ওপৰত বিয়া কৰাইছে তেওঁলোকৰ বেইল হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে কয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − twelve =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.