ভাৰতসংগীতস্বাস্থ্য

সংকটজনক অৱস্থাত লতা মংগেশকাৰ!

বৰ্তমান ভেণ্টিলেছনত আছে গায়িকাগৰাকী

সংকটজনক অৱস্থাত কোকিলকণ্ঠী গায়িকা লতা মংগেশকাৰ। আগতকৈ অধিক সংকটজনক অৱস্থাত আছে কিংবন্তী গায়িকা, সুৰ সাধক লতা মংগেশকাৰ।

বৰ্তমান ভেণ্টিলেছনত আছে গায়িকাগৰাকী। ব্ৰীচ কেণ্ডী হাস্পতালৰ চিকিৎসক ডাঃ প্ৰতীত চামধানীয়ে কয় যে, বৰ্তমান ICUত নিৰীক্ষণত ৰখা হৈছে লতা মংগেশকাৰক।

৯২ বছৰীয়া মংগেশকাৰক জানুৱাৰীৰ প্ৰথম ভাগতে ভৰ্তি কৰোৱা হৈছিল হাস্পতালত। ১১ জানুৱাৰীত ক’ভিড পজটিভ ধৰা পৰাৰ পিছতেই হাস্পতালত ভৰ্তি কৰোৱা হৈছিল লতা মংগেশকাৰক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three − 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.