Assamassam policeCity newsCrimeঅপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰত

ছাত্ৰৰ মাজত প্ৰচণ্ড মাৰপিট…. কিহৰ বাবে হত্যা কৰা হ’ল নৱম শ্ৰেণীৰ ভৱেশ ডেকাক?

দৰঙৰ পদুমপুখুৰী হাইস্কুলত ভয়ংকৰ ঘটনা। শ্ৰেণীকোঠাত মৃত্যু নৱম শ্ৰেণীৰ ছাত্ৰৰ। মৃত ছাত্ৰজন সেনাপতিপাৰৰ ভৱেশ ডেকা। ৪ ছাত্ৰৰ আক্ৰমণত মৃত্যু হয় ভৱেশ ডেকাৰ। আক্ৰমণকাৰী আটায়ে দশম শ্ৰেণীৰ ছাত্ৰ। পুৱা ৮.১৫ বজাত সংঘটিত হৈছিল এই ঘটনা। কেইবাদিনো ধৰি দশম শ্ৰেণীৰ ছাত্ৰৰে চলিছিল সংঘাত। ঘটনাৰে জড়িত ৪ ছাত্ৰক আটক আৰক্ষীৰ। প্ৰধান শিক্ষয়িত্ৰীসহ ৭গৰাকী শিক্ষকক আটক। সোধা-পোছাৰ বাবে আটাইকে নিয়া হৈছে থানালৈ। উল্লেখ্য যে দৰঙৰ পদুমপুখুৰী হাইস্কুলৰ বিৰুদ্ধে পূৰ্বৰে পৰা উত্তাপন হৈ আহিছে বহু অভিযোগ। ছাত্ৰ–ছাত্ৰী আৰু শিক্ষকৰ মাজত সুসম্পৰ্ক নথকাৰ অভিযোগ উত্থাপন কৰি আহিছিল স্থানীয় ৰাইজ তথা একাংশ অভিভাৱকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten + eighteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.