AssamCity newsCMO AssamnationalPMo indiapoliticalঅসমগুৱাহাটীদিল্লীদৈনিক বাতৰিভাৰতৰাজনৈতিক

আজি মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন বাজেট…

আজি মোদী চৰকাৰৰ তৃতীয় কাৰ্যকালৰ প্ৰথমখন বাজেট

দিনৰ ১১ বজাত বাজেট দাখিল কৰিব বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

বিত্তমন্ত্ৰী হিচাপে নিৰ্মলা সীতাৰমণে দাখিল কৰিব সপ্তমখন বাজেট

পুনৰ কাকতবিহীনভাৱে দাখিল কৰিব বাজেট

স্বাস্থ্যখণ্ড, বুনিয়াদী খণ্ডক অগ্ৰাধিকাৰ দিয়াৰ সম্ভাৱনা

বিভিন্ন ক্ষেত্ৰত হ্ৰাস হ’ব পাৰে কৰৰ বোজা

সীতাৰমণৰ বাজেটক লৈ দেশজুৰি চৰ্চা

মধ্যবিত্তক সীতাৰমণে ভাল খবৰ দিয়াৰ সম্ভাৱনা

বাজেটৰ পূৰ্বে চৰ্চাত বিজেপিৰ মিত্ৰ নীতিশ কুমাৰ, চন্দ্ৰবাবু

বিহাৰ আৰু অন্ধ্ৰপ্ৰদেশে লাভ কৰিব পাৰে বৃহৎ পেকেজ

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.