অসমঅসম আৰক্ষী
শেহতীয়াকৈ সামাজিক মাধ্যমত ব্যাপক চৰ্চাৰ মাজলৈ অহা এগৰাকী IPS বিষয়া।
সম্প্ৰতি অসম আৰক্ষীৰ ভিতৰচৰাতো অন্যতম চৰ্চিত বিষয়া বিবেক ৰাজ সিং।
![শেহতীয়াকৈ সামাজিক মাধ্যমত ব্যাপক চৰ্চাৰ মাজলৈ অহা এগৰাকী IPS বিষয়া। শেহতীয়াকৈ সামাজিক মাধ্যমত ব্যাপক চৰ্চাৰ মাজলৈ অহা এগৰাকী IPS বিষয়া।](https://prathamkhabartv.com/wp-content/uploads/2023/07/raj--751x470.jpg)
ভাৰতীয় আৰক্ষী সেৱাৰ এগৰাকী শীৰ্ষ বিষয়া। সম্প্ৰতি অসম আৰক্ষীৰ উপ-মহাপৰিদৰ্শক হিচাপে কৰ্মৰত বিষয়াগৰাকী। শেহতীয়াকৈ সামাজিক মাধ্যমত ব্যাপক চৰ্চাৰ মাজলৈ আহিছে এইগৰাকী বিষয়া। কাৰণ শৰীৰ চৰ্চাৰে নিজকে নতুন ৰূপ দিছে বিষয়াগৰাকীয়ে।
এইগৰাকী IPS বিষয়া বিবেক ৰাজ সিং। কিছুদিন পূৰ্বে তেওঁৰ দেহৰ ওজন আছিল ১৩৮ কেজি। কিন্তু সম্প্ৰতি তেওঁৰ শৰীৰৰ ওজন ৮৯ কেজি। সম্প্ৰতি অসম আৰক্ষীৰ ভিতৰচৰাতো অন্যতম চৰ্চিত বিষয়া বিবেক ৰাজ সিং।