AssamCity newsCMO AssamnationalPMo indiapoliticalঅসমগুৱাহাটীদিল্লীদৈনিক বাতৰিভাৰতৰাজনৈতিক

আজিৰে পৰা আৰম্ভ সংসদৰ বৰ্ষাকালীন অধিৱেশন, ২৩ জুলাইত সংসদত দাখিল হ’ব বিত্ত বৰ্ষ ২০২৪-২৫ বৰ্ষৰ বাজেট

আজিৰে পৰা আৰম্ভ সংসদৰ বৰ্ষাকালীন অধিৱেশন

অধিৱেশনৰ পূৰ্বেই প্ৰধানমন্ত্ৰীৰ সম্বোধন

সংসদৰ কাৰ্যক্ৰমণিকা সুচাৰুৰূপে চলোৱাৰ আহ্বান

অতীতৰ তিক্ততা পাহৰি জনমতক সন্মান জনাবলৈ আহ্বান

নেতিবাচক ৰাজনীতি ত্যাগ কৰিবলৈ বিৰোধীক আহ্বান

ইপিনে বৰ্ষাকালীন অধিৱেশনক লৈ সক্ৰিয় বিৰোধী

শাসকীয় পক্ষক জৱাবদিহি কৰিবলৈ সাজু বিৰোধী

কেইবাটাও বিষয়ত সদনত আলোচনাৰ দাবী বিৰোধীৰ

অধিৱেশনৰ প্ৰথম দিনাই সদনত NEET প্ৰশ্নকাকত ফাদিলৰ প্ৰসংগ

বিষয়টোক লৈ লোকসভাত বিতৰ্ক

সদনৰ প্ৰশ্নকালৰ মাজতে বিতৰ্কত লিপ্ত বিৰোধী

শিক্ষামন্ত্ৰী আৰু বিৰোধী দলপতিৰ মাজত কথাৰ কটাকটি

আজি লোকসভাত দাখিল হ’ব অৰ্থনৈতিক সমীক্ষাৰ প্ৰতিবেদন

দিনৰ ১২ বজাত লোকসভাত দাখিল অৰ্থনৈতিক সমীক্ষাৰ প্ৰতিবেদন

বিয়লি ২ বজাত ৰাজ্যসভাত দাখিল হ’ব অৰ্থনৈতিক সমীক্ষাৰ প্ৰতিবেদন

২৩ জুলাইত সংসদত দাখিল হ’ব বিত্ত বৰ্ষ ২০২৪-২৫ বৰ্ষৰ বাজেট

মোদী 3.0 কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট হ’ব দাখিল

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব এই বাজেট

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 − 12 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.