Socialঅসমগুৱাহাটী

প্ৰকাশ পালে ২ অক্টোবৰ আৰু দুৰ্গা পূজাৰ সময়ত চলিব লগা বাহনৰ নীতি নিয়ম সমূহ!

কাইলৈৰ পৰা সলনি হ'ব মহানগৰৰ পথ চলাচলৰ নিৰ্দেশনা

প্ৰকাশ পালে ২ অক্টোবৰ আৰু আগন্তুক দুৰ্গা পূজাৰ সময়ত চলিব লগা বাহনৰ নীতি নিয়ম সমূহ

১. চাৰি চকা আৰু বাণিজ্যিক সামগ্ৰী কঢ়িওৱা বাহন ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ২ অক্টোবৰৰ পুৱা ৯ বজাৰ পৰা ৩ অক্টোবৰৰ পুৱা ২ বজালৈ চলাচলত নিষেধাজ্ঞা কৰা হৈছে।
২. ছয়চকীয়া বা তাতকৈ অধিক চকাৰ সামগ্ৰী কঢ়িওৱা সীমিত বাহনহে ১,৩,৪,৫ অক্টোবৰ তাৰিখে ৰাতিপুৱা ৯ বজাৰ পৰা ৰাতি ১১.৩০ বজালৈ চলাচল বন্ধ থাকিব। ৰাতিপুৱা ৪ বজাৰ ৰাতিপুৱা ৯ বজালৈ চলাচল কৰিব পাৰিব।
৩. বৰ্ষাপৰা তিনিআলিৰ পৰা ধীৰেনপাৰ তিনিআলিলৈ কেৱল গাড়ী পাছ থাকিলেহে যাব পাৰিব। গাড়ী পাছ নাথাকিলে ধীৰেনপাৰা তিনিআলিৰ পৰা ভিতৰলৈ সোমাব নোৱাৰিব ।
৪. লখৰা পৰা ধীৰেনপাৰালৈ আহিব লগা গাড়ী সমূহৰ ক্ষেত্ৰত কিছু কিছু নিষেধাজ্ঞা প্ৰদান কৰা হৈছে ।
৫. ধীৰেনপাৰা পৰা বর্ষাপৰা ষ্টেডিয়াম তিনিআলি পৰা লখৰালৈ কেৱল singel ৰোড কৰা হৈছে ।

 

ক্ৰিকেটৰ ক্ষেত্ৰত

দৰ্শকৰ বাবে মুকলি কৰা হ’ব ৬ খন গেট
১. ইয়াৰ ভিতৰত গেট নম্বৰ ১B অতিথিৰ বাবে খোলা থাকিব।
২. ২ নম্বৰ গেটলৈ যাব হ’লে বৰ্ষাপৰা তিনি আলি হৈ AK আজাদ ৰোডৰ সহায়ত ভিতৰলৈ যাব পাৰিব।
৩. ৩ নম্বৰ গেটলৈ যাব হ’লে RG বৰুৱা পথেৰে গদৰেজ গলি বা ৰোলিং ৰোডহৈ AK আজাদ ৰোডৰ সহায়ত ভিতৰলৈ যাব পাৰিব।
৪. ৪ নম্বৰ গেটলৈ যাব হ’লে ৰোলিং মিল ৰোড তিনিআলিৰ পৰা AK আজাদ ৰোডৰ সহায়ত ভিতৰলৈ যাব পাৰিব।
৫. ৫ নম্বৰ আৰু ৬ নম্বৰ গেটলৈ যাব হ’লে ভূপেন হাজৰিকা পথৰ সহায়ত ৰঘুনাথ পথ হৈ AK দেৱ ৰোডৰ সহায়ত ভিতৰলৈ যাব পাৰিব।
৬. ৭ নম্বৰ গেটলৈ যাব হ’লে বৰ্ষাপাৰা তিনি আলি হৈ AK আজাদ ৰোডৰ সহায়ত ভিতৰলৈ যাব পাৰিব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 2 =

Back to top button