Assamleatest updatenorth eastRegionalweather

ডিমা হাচাওৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা প্ৰশাসনৰ।

প্ৰৱল বৃষ্টিপাতৰ বাবে এই নিৰ্দেশনা প্ৰশাসনৰ।

ডিমা হাচাওৰ সকলো শিক্ষানুষ্ঠান বন্ধ ঘোষণা প্ৰশাসনৰ। আজিৰে পৰা বলৱৎ হোৱাকৈ নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে। ৪মে’ পৰ্যন্ত বন্ধ থাকিব শিক্ষানুষ্ঠানসমূহ।

প্ৰৱল বৃষ্টিপাতৰ বাবে এই নিৰ্দেশনা প্ৰশাসনৰ। দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই জাৰি কৰিছে নিৰ্দেশনা। জাতিংগা-হাৰাংগাজাও পথতো যাতায়াতত নিষেধাজ্ঞা কৰিছে প্ৰশাসনে।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 − 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.