দৈনিক বাতৰি

LPG Price Hike: গ্ৰাহকৰ মূৰত মাধমাৰ শোধাই পুনৰ বৃদ্ধি পালে LPG চিলিণ্ডাৰৰ মূল্য…

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ৭ মে'ত ৫০টকা বৃদ্ধি পাইছিল ঘৰুৱা চিলিণ্ডাৰৰ মূল্য, যাৰফলত ৯৯৯টকালৈ বৃদ্ধি পাইছিল ঘৰুৱা চিলিণ্ডাৰৰ মূল্য।

পুনৰ জনতাৰ মূৰত মাধমাৰ। গ্ৰাহকক বিপাঙত পেলাই পুনৰ বৃদ্ধি পালে LPG গেছ চিলিণ্ডাৰৰ মূল্য। দেশত ঘৰুৱা চিলিণ্ডাৰে পাৰ কৰিলে হাজাৰৰ ঘৰ।

 

৩ টকা ৫০ পইচালৈ বৃদ্ধি পালে ঘৰুৱা চিলিণ্ডাৰৰ মূল্য। দিল্লী আৰু মুম্বাইত ১৪.২ কেজি ঘৰুৱা LPG চিলিণ্ডাৰৰ দাম ১০০৩ টকা, কলকাতাত ১০২৯ টকা আৰু চেন্নাইত ১০১৮.৫ টকা বৃদ্ধি পালে চিলিণ্ডাৰৰ মূল্য।

 

উল্লেখ্য যে, ইয়াৰ পূৰ্বে ৭ মে’ত ৫০টকা বৃদ্ধি পাইছিল ঘৰুৱা চিলিণ্ডাৰৰ মূল্য, যাৰফলত ৯৯৯টকালৈ বৃদ্ধি পাইছিল ঘৰুৱা চিলিণ্ডাৰৰ মূল্য।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 − one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.