অপৰাধঅসম

চোৰাং কাৰবাৰীৰ বিৰুদ্ধে বন বিভাগৰ অভিযান

বন বিভাগৰ অভিযানত জব্দ এখন চোৰাং কাঠ ভৰ্তি ট্ৰেক্টৰ

সমগ্ৰ অসমতে চলি আছে বন ধংস কাৰ্য্য। তেনে সময়তে ধুবুৰীৰ সংলগ্ন বিটিআৰৰ পৰ্ব্বতঝোৰাত চোৰাং কাৰবাৰীৰ বিৰুদ্ধে বন বিভাগৰ ধাৰাবাহিক অভিযান।

পৰ্ব্বতঝোৰা বন সংমণ্ডলৰ নৱ-নিযুক্ত DFO  জয়ন্ত কুমাৰ ব্ৰহ্মৰ নিৰ্দেশত চলিছে এই অভিযান।

সোমবাৰে নিশা খোৰাঘাট বন কাৰ্য্যালয়ৰ বন কৰ্মী আৰু টিপকাই বীট কাৰ্য্যালয়ৰ বৃহৎ বন কৰ্মীৰ দ’ল এটায়ে যৌথভাৱে অভিযান চলায়। অভিযানত টিপকাই অঞ্চলৰ পৰা জব্দ এখন চোৰাং কাঠ ভৰ্তি ট্ৰেক্টৰ৷

ঘটনা স্থালীত বন কৰ্মী দলৰ উপস্থিতিৰ উমান পাই এন্ধাৰৰ সুযোগ গ্ৰহণ কৰি চোৰাংকাৰবাৰীৰ দলটোৱে পালায়ন কৰে।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen − 15 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.