অপৰাধঅসমআঞ্চলিক

১১ বছৰীয়া কিশোৰীক ধৰ্ষণৰ চেষ্টা ৬৫ বছৰীয়া বৃদ্ধৰ!

মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত ৰাইদাঙত সংঘটিত হৈছে এই জঘণ্য় কাণ্ড। 

১৩ বছৰীয়া কিশোৰীক ধৰ্ষণৰ চেষ্টা ৬৫ বছৰীয়া বৃদ্ধৰ।

চিপচ খুৱাৰ চলেৰে দোকানৰ ভিতৰলৈ নি অসৎকাৰ্য্য কৰাৰ প্ৰয়াস চুনু গোহাঁই নামৰ ৬৫ বছৰীয়া বৃদ্ধৰ।

পূৰ্বতেও তেনে অসৎকাৰ্য্য কৰাৰ অভিযোগ স্থানীয় ৰাইজৰ।

মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত ৰাইদাঙত সংঘটিত হৈছে এই জঘণ্য় কাণ্ড।

বৰ্তমান পলাতক অৱস্থাত ধৃত চুনু গোহাঁই।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen + 10 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.