অপৰাধঅসমঅসম আৰক্ষী

পুনৰ এনকাউন্টাৰ! আৰক্ষীৰ গুলীত নিহত এজন

উৰিয়ামঘাটত পুৱতি নিশা দুৰ্বৃত্তলৈ আৰক্ষীৰ গুলীচালনা

◾ উৰিয়ামঘাটত পুৱতি নিশা দুৰ্বৃত্তলৈ আৰক্ষীৰ গুলীচালনা

◾ আৰক্ষীৰ গুলীত নিহত দুৰ্বৃত্ত আছমত আলী

◾ চোৰাং চিকাৰীৰ সন্ধানত চলোৱা হৈছিল অভিযান

◾ আৰক্ষী-CRPFৰ এটা দলে চলাইছিল অভিযান

◾ জাহাজীগাঁৱত অভিযান চলোৱাৰ সময়তে এই ঘটনা

◾ অভিযানৰ সময়ত আৰক্ষীলৈ দুৰ্বৃত্তৰ গুলীচালনা

◾ আৰক্ষীলৈ গুলীচালনা কৰিছিল ৩-৪জনীয়া দুৰ্বৃত্তৰ দলৰ

◾ প্ৰত্যুত্তৰত আৰক্ষীৰ গুলীচালনা দুৰ্বৃত্তৰ দললৈ

◾ আৰক্ষীয়ে আছমত আলীৰ পৰা জব্দ কৰে এটা পিষ্টল

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.