Government SchemeSocialঅসম

জনতা ভৱনত মন্ত্ৰী পিযুষ হাজৰিকাৰ কেবিনেট সংবাদমেল। কেবিনেটত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’লে মন্ত্ৰীগৰাকীয়ে!

জনতা ভৱনত কেবিনেট সংবাদমেল সম্বোধন মন্ত্ৰী পিযুষ হাজৰিকাৰ

আজি জনতা ভৱনত কেবিনেট সংবাদমেল সম্বোধন কৰে মন্ত্ৰী পিযুষ হাজৰিকাই। উক্ত কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’লে মন্ত্ৰীগৰাকীয়।

 

◼ APDCL য়ে ৰাজ্যত ৫৮ লাখ স্মাৰ্ট মিটাৰ লগাব
◼ ৰাজ্যত তিনিটা পাৱাৰ গ্ৰীড স্হানত কেবিনেটৰ অনুমোদন
◼ অসম চৰকাৰে অসম আৰক্ষীক অধিক গতিশীল কৰাৰ বাবে ৩৪ অৱসৰ প্ৰাপ্ত সেনাক নিয়োগ কৰিব
◼ ইয়াৰ বাবে ৫৬.৭৪ কোটি টকাৰ অনুমোদন
◼ নতুন দিল্লীত অনুষ্ঠিত হ’ব লাচিত বৰফুকনৰ জন্ম জয়ন্তী
◼ নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত হ’ব জন্ম জয়ন্তী
◼ উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ
◼ লাচিত বৰফুকনৰ জন্মজয়ন্তী পালনৰ বাবে তদৰ্থ সমিতি গঠন
◼ তদৰ্থ সমিতিৰ আহ্বায়ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
◼ কেইবাখনো উপসমিতি গঠন

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − 20 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.