pratham khabar 24x 7

horoscope

ৰাশি অনুযায়ী প্ৰেমৰ ক্ষেত্ৰত আজি কেনেকুৱা হ’ব আপোনাৰ আজিৰ দিনটো!

  আজি ২৪ ডিচেম্বৰ, শনিবাৰ। ৰাশি অনুযায়ী আজি আপোনাৰ প্ৰেমৰ সম্পৰ্ক কেনেকুৱা হ’ব জানো আহক। মেষঃ আজিৰ দিনটোত আন্তঃব্যক্তিগত সংযোগৰ…

Read More »
ক্ৰিকেট

আৰম্ভ হ’ল IPLৰ মিনি অক্সন। সৰ্বাধিক কিমান টকাত ক্ৰয় কৰিলে খেলুৱৈক

আজি আৰম্ভ হ’ল IPLৰ মিনি অক্সন। এই অক্সনত সৰ্বাধিক ১৮.৫০ কোটিত ইংলেণ্ডৰ ছাম কৰণক ক্ৰয় কৰিলে পঞ্জাৱ কিংছে। কেমৰন গ্ৰীণক…

Read More »
জন্তু

এটা অবুজ কুকুৰক দাৰে ঘপিয়াই গুৰুতৰ ভাবে আহত কৰিলে উদণ্ড যুৱকে

জীৱ শ্ৰেষ্ঠ মানুহৰ অমানবীয় কাণ্ড। এটা অবুজ কুকুৰক দাৰে ঘপিয়াই গুৰুতৰ ভাবে আহত কৰিলে উদণ্ড যুৱকে। এই নিকৃষ্ট ঘটনা সংঘটিত…

Read More »
সাহিত্য

গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন স্তম্ভলেখাৰ একত্ৰ সংকলন ‘চলন্তিকা-২’

আজি গুৱাহাটী প্ৰেছ ক্লাবত লেখক তথা জ্যেষ্ঠ সাংবাদিক দিগন্ত কুমাৰ নাথৰ স্তম্ভলেখাৰ একত্ৰ সংকলন ‘চলন্তিকা-২’ উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ-সাহিত্যিক তথা…

Read More »
অপৰাধ

নিৰাপত্তা বেষ্টনী ভাঙি বিধানসভা চৌহদৰ পৰা কেনেকৈ চুৰি হ’ল বলেৰ’ গাড়ী!

সৰিয়হৰ ডুলিতে ভূত!আৰক্ষীৰ অভেদ্য দুৰ্গ ভেদি বিধানসভা চৌহদৰ পৰা চুৰি হ’ল এখন বলেৰ’ গাড়ী। বিধানসভাৰ শীতকালীন অধিৱেশন চলি থকাৰ মাজতে…

Read More »
আঞ্চলিক

অসহনীয়! একেলগে জ্বলি উঠিল দুখনকৈ চিতা। এখনত মাতৃ এখনত পুত্ৰ

অসহনীয় এক দৃশ্য। চকুৰ সন্মূখত জ্বলি উঠিল দুখনকৈ চিতা। এখন মাতৃৰ চিতা আনখনত পুত্ৰ। দেৰগাঁৱত সংঘটিত হৈছে এই শোকাৱহ ঘটনাটো।…

Read More »
আঞ্চলিক

সামাজিক মাধ্যমৰ শিৰোনামত Sunsilk Shampoo আৰু এখন বিয়া

সামাজিক মাধ্যমত যোৱা দুদিন ধৰি এখন বিয়াক লৈ চলি আছে তুমুল চৰ্চা। হোমৰ গুৰিত ৰৈ বাট চাই থকা কইনাক বিয়া…

Read More »
horoscope

আজিৰ দিনটো কেনেকুৱা হ’ব আপোনাৰ! শুভ সংখ্যা, শুভ ৰং কি!

আজি ১৬ ডিচেম্বৰ, শুক্ৰবাৰ। সকলো ৰাশিৰ নিজস্ব বৈশিষ্ট্য থাকে যিয়ে তেওঁলোকৰ ব্যক্তিত্বক সংজ্ঞায়িত কৰে। ৰাশি অনুসৰি আজিৰ দিনটো কেনেকুৱা হ’ব…

Read More »
আন্তঃৰাষ্ট্ৰীয়

iPhoneৰ কেমেৰা সম্পৰ্কে এপলৰ চিইঅ’ টিম কুকৰ ডাঙৰ ঘোষণা!

আইফোনৰ কেমেৰাৰে তোলা ফটোবোৰ যে আচৰিত ধৰণৰ আৰু যিকোনো স্মাৰ্টফোনত পোৱা ফটোবোৰ যে সৰ্বোত্তম, সেই কথা অস্বীকাৰ কৰিব নোৱাৰি। কিন্তু…

Read More »
শ্ৰেণীবিহীন

যুগ্মজীৱনৰ ৫টা বছৰ অতিক্ৰম কৰিলে বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাই

ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলী আৰু বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী অনুষ্কা শৰ্মাৰ আজি পঞ্চম বিবাহ বাৰ্ষিকী। যুগ্মজীৱনৰ ৫টা বছৰ সুখে-দূখে একেলগে অতিক্ৰম…

Read More »
Back to top button