Assam

সংস্থাপন দিয়াৰ চলেৰে কিশোৰীক বি*ক্ৰী*ৰ পৰিকল্পনা

মহানগৰীৰ হোমষ্টেত পুনৰ ভয়ংকৰ ঘটনা

মহানগৰীৰ হোমষ্টেত পুনৰ ভয়ংকৰ ঘটনা।সংস্থাপন দিয়াৰ চলেৰে কিশোৰীক বি*ক্ৰী*ৰ পৰিকল্পনা।বেলতলাৰ ৰোজমেৰী হোমষ্টেৰ পৰা উদ্ধাৰ ২ কিশোৰী।কাম দিয়াৰ চলেৰে ২ কিশোৰীক লৈ গৈছিল হোমষ্টেখনলৈ।নিৰুদ্দেশৰ সন্দৰ্ভত দিশপুৰ থানাত গোচৰ পৰিয়ালৰ।দিশপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰে দুই কিশোৰীক

 

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.