অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

এইবাৰ ধন দাবীত নামিল মহানগৰ আৰক্ষী! এজাহাৰ দিবলৈ অহা লোকক ধন দাবীৰ অভিযোগ

খাকী পোছাকত পুনৰ কলংকৰ দাগ

ধন দাবীত নামিল মহানগৰ আৰক্ষী!

ধন নিদিলে কোনো কাম নকৰে আৰক্ষীয়ে!

এজাহাৰ দিবলৈ অহা লোকক ধন দাবীৰ অভিযোগ

ধন দাবীৰ অভিযোগ এগৰাকী মহিলাৰ

অভিযোগ দিছপুৰ থানাৰ SI উজ্জ্বল পেগুৰ বিৰুদ্ধে

দিছপুৰ থানাৰ উপ-পৰিদৰ্শক উজ্বল পেগু

স্বামী নিৰুদ্দেশৰ গোচৰ লৈ আহিছিল মহিলাগৰাকী

ধন লৈ আৰক্ষীয়ে দায়িত্ব সামৰাৰ অভিযোগ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 3 =

Back to top button