অভিনয়অসমমনোৰঞ্জন

সুদীৰ্ঘ দুটা বছৰৰ অন্তত আকৌ আহিছে ‘আৱাহন থিয়েটাৰ’, এইবাৰ ন ৰূপত অভিনেত্ৰী প্ৰস্তুতি…

ক'ভিড বিধি মানি পূৰ্বৰ দৰেই ভ্ৰাম্যমাণৰ প্ৰেক্ষাগৃহলৈ আহিছে দৰ্শকসকল।

দৰ্শকৰ মুখত হাঁহি বিৰিঙাই সুদীৰ্ঘ দুটা বছৰৰ অন্তত ৰাইজৰ মাজলৈ আকৌ আহিছে আৱাহন থিয়েটাৰ। ৰাইজৰ মাজত পুনৰ খলকনি তুলিবলৈ সাজু ভ্ৰাম্যমাণ থিয়েটাৰ আৱাহন।

বৰভাগত ৰাইজৰ মাজলৈ আৱাহন থিয়েটাৰ। চৰকাৰে দিয়া ক’ভিড বিধি মানি দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু কলা-কুশলীসকল। দৰ্শকক আমোদ দিবলৈ সাজু অভিনেত্ৰী প্ৰস্তুতি পৰাশৰো।

ক’ভিড বিধি মানি পূৰ্বৰ দৰেই ভ্ৰাম্যমাণৰ প্ৰেক্ষাগৃহলৈ আহিছে দৰ্শকসকল। হেঁপাহৰ থিয়েটাৰখন আকৌ মঞ্চস্থ হোৱাৰ খবৰ শুনি মুখত হাঁহি বিৰিঙিছে দৰ্শকৰ।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seven + nine =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.