Covid-19অসম

যোৱা ২৪ঘন্টাত ২,১১,২৯৮ গৰাকী লোক আক্ৰান্ত কৰ’ণাত

যোৱা ২৪ঘন্টাত ২,১১,২৯৮ গৰাকী লোক নতুনকৈ আক্ৰান্ত হৈছে কৰ’ণাত। এই সময়চোৱাত ৩,৮৪৭গৰাকী ৰোগীৰ মৃত্যু হোৱাৰ লগতে সুস্থ হৈ ঘৰলৈ উভতিছে ২,৮৩,১৩৫গৰাকী।

উল্লেখ্য যে,  ভাৰতত কৰ’ণাত আক্ৰান্ত হৈ এতিয়ালৈকে মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ৩,১৫,২৩৫ গৰাকী। ভাৰতত এতিয়াও ২৪লাখৰো অধিক ৰোগী চিকিৎসাধীন হৈ আছে। তাৰ বিপৰীতে, ২,৪৬,৩৩,৯৫১ গৰাকী ৰোগীয়ে আৰোগ্য লাভ কৰিছে।

ভাৰতত এতিয়ালৈকে ২০ কোটিৰো অধিক লোকক প্ৰদান কৰা হৈছে ভেকচিন।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − 14 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.