অসমআঞ্চলিকবতৰ

প্ৰৱল বৃষ্টিপাতৰ আগজাননী! আগন্তুক ৫ দিনলৈ ৰাজ্যত হ’ব নেৰানেপেৰা বৰষুণ…

উজনি অসমৰ প্ৰায়বোৰ জিলাত অহা বুধবাৰৰ পৰাহে বৰষুণ অহাৰ আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই

সলনি হ’ব অসমৰ জলবায়ু। প্ৰচণ্ড গৰমৰ পৰা সকাহ পাব ৰাজ্যবাসীয়ে। আজি নিশাৰ পৰাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে।

বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি আগন্তুক ৫ দিনলৈ অসমৰ লগতে উত্তৰ-পূবৰ বহুকেইখন ৰাজ্যতে অব্যাহত থাকিব বৰষুণ।

উল্লেখযোগ্য যে, সোমবাৰ আৰু মঙলবাৰে গুৱাহাটী মহানগৰীত প্ৰৱল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে। শনিবাৰ পৰ্যন্ত বৰষুণ অব্যাহত থাকিব অসমত। কিন্তু উজনি অসমৰ প্ৰায়বোৰ জিলাত অহা বুধবাৰৰ পৰাহে বৰষুণ অহাৰ আগজাননী দিছে বতৰ বিজ্ঞান কেন্দ্ৰই।

বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি শীঘ্ৰেই গুৱাহাটী মহানগৰীত প্ৰায় ২৬ ডিগ্ৰী ছেলচিয়াচলৈ নামিব তাপমাত্ৰা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

13 + 13 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.