অসম

ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে আৰোপ তিনিটা নতুন ধাৰা, CMVৰ হাতত আছে বহু ন-ন তথ্য…

জেহাদী সন্দৰ্ভত বহু তথ্য লাভ কৰিছে আৰক্ষীয়ে । অৱশ্যে, তদন্তৰ খাতিৰত CMVএ প্রকাশ কৰা নাই কোনো তথ্য। সোণৰ সন্দৰ্ভতো আৰক্ষীয়ে অব্যাহত ৰাখিছে অনুসন্ধান

ৰৌণক আলীৰ বিৰুদ্ধে নতুনকৈ আৰোপ কৰা হৈছে তিনিটা ধাৰা। DIG ৰৌণক আলীৰ বিৰুদ্ধে উঠিছে চৰকাৰী তথ্য গোপনে প্ৰদান কৰাৰ অভিযোগ।

মুখ্যমন্ত্ৰীৰ তদাৰক শাখাই ৰৌণক আলীৰ বিৰুদ্ধে official secrets act 3(C)/4(1)/5 ধাৰা আৰোপ কৰিছে। আদালতৰ অনুমতি সাপেক্ষে ৰৌণক আলীৰ সহায়কাৰী ফৰিদৰ বিৰুদ্ধেও PC Actৰ 12 সন্নিৱিষ্ট।

গোপনে বিদেশলৈ যোৱাৰ বাবে ৰৌণক আলীৰ বিৰুদ্ধে আৰোপ কৰা হৈছে official secrets actৰ ধাৰা । এতিয়াও ৰৌণক আলীৰ বিৰুদ্ধে বহুকেইটা গোপন তথ্য আছে CMVৰ হাতত।

জেহাদী সন্দৰ্ভত বহু তথ্য লাভ কৰিছে আৰক্ষীয়ে । অৱশ্যে, তদন্তৰ খাতিৰত CMVএ প্রকাশ কৰা নাই কোনো তথ্য। সোণৰ সন্দৰ্ভতো আৰক্ষীয়ে অব্যাহত ৰাখিছে অনুসন্ধান। এই কথা সদৰী কৰিছে তদন্তকাৰী বিষয়া হিতেশ ঠাকুৰীয়াই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 + 9 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.