অপৰাধঅসম

দাখিল কৰা হ’ল ৰৌণক আলী হাজৰিকাৰ চাৰ্জশ্বীট

তেওঁলোকৰ বিৰুদ্ধে আইপিচি১২০বি আৰু পিচিএক্টৰ বহুকেইটা ধাৰা আৰোপ কৰা হৈছে।

ৰৌণক আলী হাজৰিকাৰ বিৰুদ্ধে দাখিল কৰা হ’ল চাৰ্জশ্বীট। ১৫৬ পৃষ্ঠাৰ চাৰ্জশ্বীট দিলে CMVয়ে। ১৮২.১৯% অধিক আয়ৰ তথ্য দাখিল কৰা হৈছে চাৰ্জশ্বীটত।

চাৰ্জশ্বীটত আছে ফৰিদ আলী আৰু নুচৰত ৰৌণক হাজৰিকাৰো নাম। তেওঁলোকৰ বিৰুদ্ধে আইপিচি১২০বি আৰু পিচিএক্টৰ বহুকেইটা ধাৰা আৰোপ কৰা হৈছে।

ৰৌণক আলীৰ বিৰুদ্ধে official secrets act-1923ৰ 3(c), 4(1) আৰু ৫নং ধাৰাও আৰোপ কৰা হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen − 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.