leatest updateঅপৰাধঅসমগুৱাহাটীদৈনিক বাতৰি

SI জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ক্ষিপ্ৰ গতিত চলিছে তদন্ত।

জোনমণিৰ মাতৃৰো পুনৰ গ্ৰহণ কৰা হৈছে ভাষ্য

SI জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ক্ষিপ্ৰ গতিত চলিছে তদন্ত। আজি CBIয়ে জেৰা চলালে SI ৰাজা ইৰশ্বাদক। জেৰা চলালে SI আভাজ্যোতি ৰাভাকো। নগাঁও আৱৰ্ত ভৱনত আছে আভাজ্যোতি ৰাভা। নিলম্বিত OC মনোজ ৰাজবংশীকো জেৰা চলাই CBIয়ে। লগতে জেৰা কৰিলে নগাঁও সদৰ থানাৰ গাড়ীচালককো। গাড়ীচালক কনিষ্টবল অনিল ভূঞাক জেৰা CBIৰ।

ৰূপজ্যোতি কলিতাকো আজি জেৰা চলাব CBIএ। নগাঁও আৱৰ্ত ভৱনত বাহৰ পাতি আছে CBIয়ে। DIG লাভলী কাটিয়াৰ নেতৃত্বত কৰা হৈছে সমগ্ৰ তদন্ত। জোনমণিৰ মাতৃৰো পুনৰ গ্ৰহণ কৰা হৈছে ভাষ্য। CBIৰ গাড়ীৰে নগাঁৱলৈ জোনমণিৰ মাতৃক নি গ্ৰহণ কৰিলে ভাষ্য।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen − eight =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.