অপৰাধঅসম

মহানগৰীত অব্যাহত আছে নিষিদ্ধ ড্ৰাগ্ছৰ বেহা

নিশা ISBT-ত জব্দ বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ

মহানগৰীত অব্যাহত আছে নিষিদ্ধ ড্ৰাগ্ছৰ বেহা। নিশা ISBT-ত অভিযান চলাই গড়চুক আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ।

অভিযানত গ্ৰেপ্তাৰ হয় তিনি ড্ৰাগছ পেডলাৰ। আটক ড্ৰাগছ পেডলাৰকেইজন ক্ৰমে, জিণ্টু মণ্ডল, অনুপ দেৱনাথ, আৰু উৎপল দাস। লগতে আৰক্ষীয়ে জব্দ কৰে, AS-01EU-8709 আৰু AS-01DS-9301 নম্বৰৰ দুখন স্কুটী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fifteen − seven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.