অপৰাধঅসম

অসমীয়া ভাষাক চূড়ান্ত অপমান! কালিমা সানিলে অসমীয়া ভাষাৰ বিজ্ঞাপনত

বৰাকত অসমীয়া ভাষাক চূড়ান্ত অপমান

বৰাকত অসমীয়া ভাষাক চূড়ান্ত অপমান।

শিলচৰত সংঘটিত হৈছে এই ঘটনা। ৰে’ল ষ্টেচনৰ পৰা আঁতৰাই দিয়া হ’ল অসমীয়া ভাষাৰ পোষ্টাৰ। অসমীয়া ভাষা বিজ্ঞাপনত সানিলে ক’লা ৰং। পোষ্টাৰখনত ক’লা ৰং সনাৰ পাছতেই সাব্যস্ত হয় প্ৰতিবাদ। বৰাক ডেম’ক্ৰেটিক ফ্ৰণ্ট আৰু বাঙালী যুৱ ছাত্ৰ পৰিষদে এই কাণ্ড সংঘটিত কৰিছে বুলি জানিব পৰা গৈছে।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 + 14 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.