Socialঅসমআঞ্চলিক

ৰাজ্যত পুনৰ ক’ভিডৰ দ্ৰুত সংক্ৰমণ, ২৪ ঘণ্টাত ৭০৭ গৰাকী আক্ৰান্ত

২৪ ঘণ্টাত মৃত্যু দুগৰাকীকৈ ক’ভিড আক্ৰান্তৰ, বৃহস্পতিবাৰৰ দিনটোত আক্ৰান্তৰ হাৰ ১১.৫৫%

ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে ক’ভিড আক্ৰান্তৰ সংখ্যা

ৰাজ্যত পুনৰ ক’ভিডৰ দ্ৰুত সংক্ৰমণ। এদিনত আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে ৫ শতাধিকৰ ঘৰ৷
বৃহস্পতিবাৰ দিনটোত ক’ভিডত আক্ৰান্ত হৈছে ৭০৭ গৰাকীকৈ লোক৷

যোৰহাটত আক্ৰান্ত সৰ্বাধিক ৯৩ গৰাকী৷ কামৰূপ(ম)ত আক্ৰান্ত ৬৯ জন লোক আনহাতে ডিব্ৰুগড়ত ৬৭ গৰাকী লোক, গোৱালপাৰাত ক’ভিডত আক্ৰান্ত হৈছে ৫৮ গৰাকী লোক৷

২৪ ঘণ্টাত মৃত্যু দুগৰাকীকৈ ক’ভিড আক্ৰান্তৰ, বৃহস্পতিবাৰৰ দিনটোত আক্ৰান্তৰ হাৰ ১১.৫৫%৷
বৰ্তমান চিকিৎসাধীন ৩,১৫০ ক’ভিড আক্ৰান্ত৷ ৰাজ্যত আৰোগ্যৰ হাৰ ৯৮.৪৭%৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × four =

Back to top button