Socialঅসম

প্ৰতিজন মন্দিৰৰ পুৰোহিত আৰু নামঘৰীয়ালৈ অসম চৰকাৰৰ ১৫,০০০ টকাৰ আৰ্থিক সাহায্য!

কেবিনেট বৈঠকত মন্দিৰৰ পুৰোহিত আৰু নামঘৰীয়াসকলক ১৫০০০ টকাৰ বিত্তীয় অনুদান দিয়াৰ ঘোষণা কৰা হৈছিল

ৰাজ্যৰ নামঘৰীয়াসকললৈ মুখ্যমন্ত্ৰীৰ বিশেষ সাহায্য। বৃহস্পতিবাৰে, অসম চৰকাৰে ৰাজ্যখনৰ মন্দিৰৰ পুৰোহিত আৰু নামঘোৰিয়া সকলক ১৫০০০ টকাৰ এককালীন বিত্তীয় অনুদান প্ৰদান কৰাৰ সিদ্ধান্ত লয়।

কেইমাহমান পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অনুষ্ঠিত কেবিনেট বৈঠকত মন্দিৰৰ পুৰোহিত আৰু নামঘৰীয়াসকলক ১৫০০০ টকাৰ বিত্তীয় অনুদান দিয়াৰ ঘোষণা কৰা হৈছিল।

সূত্ৰ অনুসৰি, অসমৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই কেবিনেটৰ সিদ্ধান্ত ঘোষণা কৰি কয় যে, সাহায্য পঞ্জীয়নৰ বাবে অনতিপলমে এটা অনলাইন পৰ্টেল খোলা হ’ব, পৰৱৰ্তী সময়ত এক বিজ্ঞাপন যোগে দিয়া হ’ব ইয়াৰ জাননী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three + eleven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.