অসমধৰ্মীয়

চালে চকুৰোৱা হৈ উঠিব কামাখ্যা মন্দিৰ, মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে কামাখ্য়া মিচন আঁচনিৰ প্ৰকল্প…

অনুষ্ঠানত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে মুকলি কৰে কামাখ্যা মিচন আঁচনিৰ অধীনত আৱৰ্জনা নিষ্কাষণ প্ৰকল্প।

কামাখ্যাবাসীলৈ সুখবৰ। নীলাচলক ন-ৰূপত সজাই তোলাৰ লক্ষ্য মুখ্যমন্ত্ৰীৰ।

শুকুৰবাৰে কামাখ্যা ধামত উপস্তিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। পূজা-অৰ্চনা কৰি মুখ্যমন্ত্ৰীয়ে মুকলি কৰে কামাখ্যা মিচন আঁচনিৰ প্ৰকল্প। মুখ্যমন্ত্ৰীৰ লগতে অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা, সাংসদ দিলীপ শইকীয়া আৰু কুইন ওজা।

চালে চকুৰোৱা হৈ উঠিব কামাখ্যা মন্দিৰ, মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে কামাখ্য়া মিচন আঁচনিৰ প্ৰকল্প...

অনুষ্ঠানত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে মুকলি কৰে কামাখ্যা মিচন আঁচনিৰ অধীনত আৱৰ্জনা নিষ্কাষণ প্ৰকল্প।

চালে চকুৰোৱা হৈ উঠিব কামাখ্যা মন্দিৰ, মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে কামাখ্য়া মিচন আঁচনিৰ প্ৰকল্প...
এতিয়াৰে পৰা দূৰ হ’ব কামাখ্যাবাসীৰ পানীৰ সমস্যা। বিশেষভাৱে সক্ষম লোকৰ বাবে কামাখ্যাত কৰা হ’ব বিশেষ এস্কেলেটৰৰ ব্যৱস্থা।

ইয়াৰ লগতে, কামাখ্যা মন্দিৰৰ নৈসৰ্গিক পৰিৱেশ দৰ্শন কৰাৰ বাবেও অহা দুই-তিনিমাহৰ ভিতৰত শুভ উদ্বোধন কৰা হ’ব কামাখ্যা নৱ নিৰ্মিত বিকল্প পথৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two + 17 =

Back to top button