অসমগুৱাহাটী

‘সময়ৰ টিকনি আগফালে উৰে মামা’। এই ছবিকেইখনেও যেন প্ৰমাণ কৰিলে ইয়াকে

নিজৰ জীৱনতকৈও যেন সময়ৰ মূল্য অধিক এতিয়া

ছবিয়ে বহু কথাই কৈ যায়। এই ছবিকেইখনো তাৰেই এক উদাহৰণ। সময় পাখি লগা কাড়ৰ দৰে। সময়তকৈ সদায় এখোজ আগত থাকিব বিচাৰে সকলোৱে। নিজৰ জীৱনতকৈও যেন সময়ৰ মূল্য অধিক এতিয়া। হয়তো এই ছবি কেইখনেও প্ৰমাণ কৰিলে ইয়াকে।

'সময়ৰ টিকনি আগফালে উৰে মামা'। এই ছবিকেইখনেও যেন প্ৰমাণ কৰিলে ইয়াকে
People can be seen crossing the railway track by going under the goods train dangerously at railway gate no 7,Guwahati on 29-11-22 night. Imazine what could have happened if the train would start moving suddenly thus putting their precious life in danger.Pix by UB Photos

গুৱাহাটীৰ ৰেলৱে গেটৰ ৭ নং গেটৰ এই ছবি কেইখন দেখি হয়তো আপোনাৰ গা কঁপি উঠিঠে। কিন্তু এই মানুহজন যেন ভয়হীন! সময়ক পিছ পেলাই আগবাঢ়ি যোৱাৰ আপ্ৰাণ চেষ্টা ব্যক্তিজনৰ। এখন মালবাহী ৰে’লৰ তলেৰেই পাৰ হৈ গ’ল লোকজন।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve + one =

Back to top button