অসমগুৱাহাটীদৈনিক বাতৰি

স্মাৰ্ট চিটী গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানৰ অলিয়ে-গলিয়ে এতিয়া মাত্ৰ গেলা পানী….

স্মাৰ্ট চিটী গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানৰ অলিয়ে-গলিয়ে এতিয়া মাত্ৰ গেলা পানী....

স্মাৰ্ট চিটী গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানৰ অলিয়ে-গলিয়ে এতিয়া মাত্ৰ গেলা পানী। যোৱা প্ৰায় এসপ্তাহ ধৰি মহানগৰীৰ বিভিন্ন অঞ্চল একাঁঠু পানীৰ তলত। বহু অঞ্চলত কৰদাতা নাগৰিক একপ্ৰকাৰ গৃহবন্দী হৈ পৰিছে। ব্যাহত হৈ পৰিছে মহানগৰবাসীৰ স্বা‍ভাৱিক জীৱন–যাত্ৰা।

বিগত বছৰবোৰৰ দৰে এইবছৰো প্ৰথম বৰষুণৰ পৰাই পানীত বুৰ গৈছে অনিল নগৰ আৰু নৱীন নগৰ। ইফালে অনিল নগৰত ভৰলুৰ গাৰ্ডৱালত ফাঁট মেলাক লৈও সৃষ্টি হৈছে আতংকিত পৰিৱেশৰ। ভূতৰ ওপৰত দানৱৰ দৰে ভূমিস্খলনেও বিভীষিকা নমাই আনিছে মহানগৰবাসীৰ মাজলৈ।

ইতিমধ্যে প্ৰৱল বৰষুণৰ বাবে দেৱাল খহি মৃত্যু হৈছে এজন লোকৰ। মহানগৰীৰ ৩৬৬টা স্থানক ভূমিস্খলনপ্ৰৱণ অঞ্চল হিচাপে ঘোষণা কৰিছে প্ৰশাসনে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.