অসমআঞ্চলিকগুৱাহাটীধাৰ্মিক

মন্ত্ৰোচ্চাৰণে মুখৰিত গুৱাহাটী, মহানগৰীত পাঁচদিনীয়াকৈ উদযাপন বাসন্তী পূজা…

উক্ত অনুষ্ঠানত কুমাৰ ভৱেশ, ৰূপাংকৃতা আৰু অলংকৃতাৰ লগতে জনপ্ৰিয় কণ্ঠশিল্পীয়ে কৰিব গীত পৰিবেশন

মহানগৰীৰ গোটানগৰত বাসন্তী পূজাৰ উদযাপন। পাঁচদিনীয়াকৈ আয়োজন কৰা হৈছে ৬৯তম পৰম্পৰাগত বাসন্তী পূজাৰ।

প্ৰতিবছৰৰ দৰে এইবাৰো গোটানগৰ ৰাইজৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছে এই পূজা। ধৰ্মীয় অনুষ্ঠানৰ লগতে বিশেষ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে গুৱাহাটীত। অনুষ্ঠানত কুমাৰ ভৱেশ, ৰূপাংকৃতা আৰু অলংকৃতাৰ লগতে জনপ্ৰিয় কণ্ঠশিল্পীয়ে আগবঢ়াব গীতৰ শৰাই।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 + fourteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.